as_obs-tn/content/15/03.md

1.1 KiB

লোকসকলে যৰ্দন নদী পাৰ হোৱাৰ পিছত

কিছুমান ভাষাত এনে দৰে কলে ভাল হয়, “মানুহবিলাক যৰ্দন নদী পাৰ হল আৰু তাৰ পিছত ...”

কেনেকৈ আক্ৰমন কৰিব

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “আক্ৰমন কৰিবৰ বাবে প্ৰকৃততে কি কৰিব লাগিব৷”

এদিনকৈ ছদিনলৈ

ইয়াৰ অৰ্থ তেওঁলোকে প্ৰতিদিনে দিনৰ কোনো এটা সময়ত নগৰৰ চাৰিও ফালে যায় আৰু এই দৰে ছয় দিনলৈকে যায়৷

অনুবাদৰ শব্দ সমূহ