as_obs-tn/content/15/02.md

872 B

পুৰোহিত সকলক প্ৰথমে যাবলৈ দিয়া

কিছুমান ভাষাৰ বাবে এনে দৰে কলে সুবিধা হব, “লোক সমূহৰ আগে আগে পুৰোহিত নদী পাৰ হবলৈ দিয়া৷”

পানীৰ প্ৰবাহ বন্ধ হৈ গল

কিছুমান ভাষাত এই দৰে কলে সুবিধা হব, “তেওঁলোকৰ সন্মূখৰ পানীৰ প্ৰবাহ ৰৈ যায়৷”

অনুবাদৰ শব্দ সমূহ