as_obs-tn/content/15/01.md

2.5 KiB

অৱশেষত সময় আহিল

“অৱশেষত” অৰ্থাৎ “এক দীঘলীয়া সময়ৰ অন্তত” এই বিষয়টো অধিক স্পষ্ট কৰিবৰ বাবে কি “সময়” ৰ কথা কোৱা হৈছে, আপুনি কব পাৰে, “তেওঁলোকে অৰণ্যত 40 বছৰ কাল ভ্ৰমি ফুৰাৰ পিছত, ঈশ্বৰে অৱশেষত অনুমতি দিলে৷”

কনান নগৰৰ যিৰিহোত দুজন চোৰাং-চোৱা

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “যিৰিহোলৈ দুজন লোক, সেয়া কনান দেশৰ এখন নগৰ হয়, তাত তেওঁলোকে তথ্য সংগ্ৰহ কৰিবলৈ গৈছিল৷” লগতে চাওঁক চোৰাং-চোৱা সম্বন্ধীয় 14:04 ৰ টোকা

শক্তিশলী দেৱালেৰে সুৰক্ষা দিয়া আছিল

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “সম্পূৰ্ণ ভাৱে ডাঠ দেৱালেৰে আৱৰি আছিল, সেই বেৰ সমূহ শিলেৰে নিৰ্মিত আৰু ই শত্ৰুৰ পৰা সুৰক্ষা দিবলৈ সক্ষম৷”

পলাল

ইয়াত এই কথাটো যোগ দিব পাৰি, “যিৰিহোৰ যি সকল লোকে তেওঁলোকৰ অনিষ্ট কৰিব বিচাৰিছিল তেওঁলোকৰ পৰা পলাল৷”

তাইৰ পৰিয়াল

ৰেহাবে তাইৰ পিতৃ, মাতৃ ককায়েক ভনীয়েকৰ সুৰক্ষা বিচাৰিলে৷ তেওঁৰ পৰিয়ালটো উল্লেখ কৰিবৰ বাবে নিজৰ ভাষা প্ৰয়োগ কৰক৷

অনুবাদৰ শব্দ সমূহ