as_obs-tn/content/14/14.md

1.3 KiB

ঈশ্বৰৰ বিৰুদ্ধাচৰন কৰা জন

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “প্ৰতিজ্ঞাৰ দেশলৈ যাবৰ বাবে কোৱাৰ সময়ত যি সকলে ঈশ্বৰৰ বাধ্য হবৰ বাবে অমান্তি হয়৷”

লোক সমূহ

ইয়াৰ অৰ্থ, মৃত্যু হোৱা সন্তান সকলৰ বংধৰ সকল

কোনো এদিন

ইয়াৰ অৰ্থ, “ভবিষ্যতৰ কোনো এটা দিনত”

মোচিৰ দৰে আন এজন ভাববাদী

মোচিৰ দৰে, এই মানুহজন এজন ইস্ৰায়েলী হব, তেওঁ ঈশ্বৰৰ কথা মানুহৰ আগত কব, আৰু মানুহৰ পথ পদৰ্শক হব৷

অনুবাদৰ শব্দ সমূহ