as_obs-tn/content/14/13.md

1.4 KiB

মোচিয়ে ঈশ্বৰক অসন্মান কৰিলে

ইয়াক এনেদৰে অনুবাদ কৰিব পাৰি, “মোচি ঈশ্বৰৰ অবাধ্য হল” বা “মোচিয়ে ঈশ্বৰক অসন্মান কৰিলে৷” ঈশ্বৰে তেওঁৰ শক্তি লোক সমূহ আগত প্ৰকাশ কৰিবৰ বাবে মোচিক কিছুমান নিৰ্দষ্ট ব্যৱস্থা প্ৰদান কৰিছিল৷ আৰু যেতিয়া মোচি ঈশ্বৰৰ অবাধ্য হয় তাক পালন কৰাত আৰু তেওঁ আন কোনো ব্যৱস্থাৰ দ্বাৰাই সেই কাৰ্য সম্পাদন কৰে তেতিয়াই তেওঁ ঈশ্বৰক অসন্মান কৰে৷

শিলক কথা কোৱাৰ সলনি দুবাৰ কোব মৰাৰ দ্বাৰাই

ইয়াক এনে দৰে অনুবাদ কৰিব পাৰি, “মোচিয়ে সেই শিলক কথা নকলে, তেওঁ তাত দুবাৰ কোব মাৰিলে৷”

অনুবাদৰ শব্দ সমূহ