as_obs-tn/content/14/12.md

2.1 KiB

আচৰিত ধৰণে শিলৰ পৰা পানী যোগান ধৰিছিল

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “এনে কাৰ্য কৰিছিল যাক কেৱল ঈশ্বৰেহে কৰিব পাৰে, তেওঁ শিলৰ পৰা পানী বাহিৰ কৰিছিল যাতে মানুহ আৰু জন্তু বিলাকে পান কৰিব পাৰে৷”

কিন্তু এই সকলোৰ পিছতো

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “ঈশ্বৰে আহাৰ, পানী, কাপোৰ আৰু তেওঁলোকৰ প্ৰয়োজনীয় সকলো যোগান ধৰাৰ পিছতো৷”

তথাপিও

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “তথাপিও ইস্ৰায়েলী সকলে তেওঁৰ বিৰুদ্ধে ওজৰ আপত্তি কৰি যাব ধৰিলে৷”

তথাপি ঈশ্বৰে তেওঁৰ প্ৰতিজ্ঞা ৰক্ষা কৰি গৈছিল

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “ঈশ্বৰে অব্ৰাহমক, ইচাহাক আৰু যাকোবক কৰা প্ৰতিজ্ঞাৰ দৰে কৰি যাব ধৰিলে৷” তেওঁ তেওঁৰ বংশৰ লোক সকলক তেওঁলোকৰ প্ৰয়োজনীয় সকলো যোগান ধৰিলে যাতে তেওঁলোক এক মহান জাতি হিচাপে পৰিগণিত হব পাৰে৷

অনুবাদৰ শব্দ সমূহ