as_obs-tn/content/14/09.md

1.7 KiB

তেওঁলোকে পাপ কৰিলে

ইয়াত এই কথাটো যোগ কৰাৰ প্ৰয়োজন আছে, “তেওঁলোক কনান জয় কৰিবৰ বাবে ঈশ্বৰে যি আজ্ঞা দিছিলে তাক পালন নকৰাৰ দ্বাৰাই পাপ কৰিলে৷”

মোচিয়ে তেওঁলোকক নাযাবৰ বাবে সাৱধান কৰি দিছিল

ইয়াৰ অৰ্থ মোচিয়ে তেওঁলোকক কনানীয় সকলৰ বিৰুদ্ধে গৈ যুদ্ধ নকৰিবৰ বাবে কৈছিল কিয়নো তেনে কৰিলে তেওঁলোক বিপদত পৰিব পাৰে৷

ঈশ্বৰৰ তেওঁলোকৰ লগত নাছিল

আন ভাষাত কবলৈ গলে, “ঈশ্বৰ তেওঁলোকৰ সহায়ৰ বাবে নাথিকে৷ কিয়নো ইস্ৰায়েলী সকল অবাধ্য হৈছিল, ঈশ্বৰে তেওঁৰ উপস্থিতি, সুৰক্ষা আৰু শক্তি তেওঁলোকৰ পৰা আঁতৰ কৰিছিল৷”

কিন্তু তেওঁলোকে তেওঁৰ কথা নুশুনিলে

তেওঁলোক মোচিৰ বাধ্য নহল৷ তেওঁলোকে কনানীয় সলক আক্ৰমন কৰিবৰ বাবে গল

অনুবাদৰ শব্দ সমূহ