as_obs-tn/content/14/07.md

1.5 KiB

আপুনি আমাক কিয় আনিলে

এইটো এটা সঁচা প্ৰশ্ন নহয়৷ কোনো কোনো ভাষাত ইয়াক এনে দৰে কোৱা হয়, “আপুনি আমাক বাহিৰ কৰি আনিব নালাগিছিলে৷”

এই ভয়ঙ্কৰ ঠাই

তেওঁলোকে কনানক “ভয়ঙ্কৰ ” ঠাই বুলি জ্ঞান কৰিছিল আৰু ইমানেই ভয়ঙ্কৰ যে তেওঁলোকৰ আটাইৰ ইয়াত মৃত্যু হব৷

যুদ্ধত মৰাতকৈ নিজে আৰু নিজৰ পৰিয়াল দাসত্বত থকাই ভাল

ইয়াক এনে দৰে অনুবাদ কৰিব পাৰি, “আমি যদি কনানীয়সকলৰ বিৰুদ্ধে যুদ্ধ কৰো, তেওঁলোকে আমাৰ পুৰুষ সকলক বধ কৰিব আৰু আমাৰ ভাৰ্যা আৰু সন্তানসকলক দাস হবৰ বাবে বাধ্য কৰিব৷”

অনুবাদৰ শব্দ সমূহ