as_obs-tn/content/14/05.md

1.1 KiB

তেওঁলোক উভটি আহিল

তেওঁলোক ইস্ৰায়েলী সকল থকা ঠাইলৈ উলটি আহিল, তেওঁলোক কনানৰ সীমাৰ অলপ বাহিৰত ৰৈ আছিল৷

সেই নগৰ সমূহ অতিশয় শক্তি শালী

সেই নগৰ সমূহ শক্তিশালী বেৰ আছিল যাৰ বাবে ইস্ৰায়েলীসকলৰ অক্ৰমন কৰিবৰ বাবে অসুবিধা হব৷

মানুহবোৰ আকৃতিত ডাঙৰ আছিল

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “মানুহবোৰ তেওঁলোকৰ তুলনাত বৃহৎ আকাৰৰ আছিল” বা “মানুহবোৰ তেওঁলোকক তুলনাত যথেষ্ট ওখ আৰু শক্তিশালী আছিল৷”

অনুবাদৰ শব্দ সমূহ