as_obs-tn/content/14/04.md

1.6 KiB

সেই ঠাইত চোৰাং চোৱা কৰা

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “সেই ঠাইৰ সম্বন্ধে গোপন ভাৱে খবৰ সংগ্ৰহ কৰা ” বা “গোপনে সেই ঠাইৰ তথ্য সংগ্ৰহ কৰা৷” এই চোৰাং চোৱা সকলে আন আন তথ্যৰ লগতে তাৰ খাদ্য সম্ভাৰৰ তথ্য সংগ্ৰহ কৰিব লাগে৷

কনানত চোৰাং-চোৱা কৰা

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “কনানীয় লোক সকলৰ সম্বন্ধে গোপনে তথ্য সংগ্ৰহ কৰা ” বা “গোপনে কনানীয় সকলৰ বিষয়ে জনা৷”

তেওঁলোক শক্তিশালী নে দুৰ্বল তাক চাবৰ বাবে

তেওঁলোকে জানিব বিচাৰিছিল যে কনানীয় সকল তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ বাবে সাজু হৈ আছে নেকি৷ ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “কনানীয় সৈন্য সকলক কিমান শক্তিশালী তাক চাবৰ বাবে৷”

অনুবাদৰ শব্দ সমূহ