as_obs-tn/content/14/03.md

2.2 KiB

খেদি পঠোৱা

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “তেওঁলোকক দেশৰ পৰা খেদি পঠোৱা” বা “দেশৰ পৰা বাহিৰ কৰা”

তেওঁলোকৰ সৈতে শান্তি স্থাপন নকৰিবা

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “তেওঁলোকৰ সৈতে শান্তিৰে বা একেলগে নাথাকিবা” বা “তেওঁলোকে সৈতে শান্তিৰে বাস কৰিম বুলি প্ৰতিজ্ঞা নকৰিবা৷”

তেওঁলোকে সৈতে বিবাহ নহবা

ঈশ্বৰে কোনো এজন ইস্ৰায়েলীক কনানীয়সকলৰ সৈতে বিবাহ হোৱাটো বিচৰা নাছিল৷

তোমালোকে তেওঁলোকৰ দেৱতা সমূহৰ আৰাধনা কৰিবা

যদিহে ইস্ৰায়েলীসকলে কনানীয়াসকলৰ সৈতে বন্ধু হৈ আৰু মূৰ্তি সমূহ ধংস নকৰে, তেওঁলোকে তেনে স্থলত ঈশ্বৰক আৰাধনা কৰাৰ সলনি সেই মূৰ্তি সমূহক আৰাধনা কৰিবৰ বাবে ইচ্ছুক হব পাৰে৷ আপুনি কব পাৰে শেষত তোমালোক তেওঁলোকৰ সানিধ্যত থকাৰ ফলস্বৰূপে কনানীয় সকলৰ দৰে হৈ পৰিবা আৰু তেওঁলোকৰ দেৱতা সমূহৰ আৰাধনা কৰিবলৈ লবা৷

অনুবাদৰ শব্দ সমূহ