as_obs-tn/content/13/14.md

762 B

সেই মূৰ্তি ভাঙি গুৰি কৰিলে

মোচিয়ে সেই মূৰ্তিক বেয়াকৈ প্ৰহাৰ কৰি ভঙি টুকুৰা টুকুৰ কৰিলে৷

কিছুমান পানীত পেলালে

মোচিয়ে সেই সোণৰ টুকুৰাবোৰ ডাঙৰ পানীৰ পাত্ৰত পেলাই দিলে।

মহামাৰি

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “ভয়ঙ্কৰ বেমাৰ ”

অনুবাদৰ শব্দ সমূহ