as_obs-tn/content/13/12.md

1.2 KiB

এটি সোণৰ মূৰ্তি নিৰ্মাণ কৰিলে

হাৰোণে লোকসকলৰ পৰা সোণ ললে আৰু এটা গৰুৰ ৰূপৰ মূৰ্তি নিৰ্মাণ কৰিলে৷

উন্মাদ ভাৱে আৰাধনা কৰিলে

লোকসকলে সেই মূৰ্তি পুজা কৰাৰ দ্বাৰাই পাপ কৰিলে আৰু সেই পুজা কৰাৰ সময়ত পাপময় কাৰ্যও কৰিলে৷

তেওঁৰ প্ৰাৰ্থনা শুনা

ঈশ্বৰে সদায়ে প্ৰাৰ্থনা শুনে৷ এই পৰিস্থিতিত, “শুনে” ইয়াৰ অৰ্থ হৈছে ঈশ্বৰে মোচিৰ কথাত সন্মতি দিলে৷

অনুবাদৰ শব্দ সমূহ