as_obs-tn/content/13/10.md

1.8 KiB

তেওঁলোকক দিলে

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “পালন কৰিবলৈ তেওঁলোকক কোৱা ”

তেওঁৰ বিশেষ লোক

আটাই জাতিৰ মাজৰ পৰা, ঈশ্বৰে ইস্ৰায়েলী সকলক তেওঁৰ বিশেষ কাৰ্যৰ বাবে মনোনীত কৰিলে৷ ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “তেওঁৰ বিশেষ জাতি” বা “তেওঁৰ নিজৰ লোক” বা “তেওঁৰ নিজৰ লোক কৰিবৰ বাবে বাছি ললে৷”

কম সময়ত

মোচি ঈশ্বৰে সৈতে চল্লিশ দিন ঈশ্বৰৰ সৈতে পৰ্বতত থকাৰ সময়ত লোক সমূহে পাপ কৰিলে৷

অতি বেয়াকৈ পাপ কৰিলে

তেওঁলোকে যি পাপ কৰিলে সেয়া ঈশ্বৰৰ দৃষ্টিত অতিশয় ঘিন লগা আছিল৷ ইয়াক এনে দৰে অনুবাদ কৰিব পাৰি, “তেওঁলোকে বেয়াকৈ পাপ কৰিলে” বা “তেওঁলোকে যি কৰিলে সেয়া অতিশয় বেয়া” বা “তেওঁলোকে এনে পাপ কৰিলে যিয়ে ঈশ্বৰক ক্ৰোধিত কৰিলে৷ ”

অনুবাদৰ শব্দ সমূহ