as_obs-tn/content/13/08.md

1.6 KiB

এক বিদশ বিৱৰণ

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “ঈশ্বৰে বিশদ ভাৱে ইয়াৰ বিৱৰণ দিলে৷” বা “ঈশ্বৰে কেনে দৰে তাক পালন কৰিব লাগে তাৰ বিশদ বিৱৰণ দিলে৷”

ইয়াক কোৱা হৈছিল

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “তেওঁলোকে ইয়াক কলে” বা “মোচিয়ে ইয়াক কলে”

পৰ্দাৰ সিপাৰে থকা কোঠালি

এই কোঠালিটো পৰ্দাৰে আঁৰ কৰা থাকে৷ কিছুমান ভাষাত এই কোঠালিটোক “আৰ পৰ্দাৰ কোঠালি বুলি কোৱা হয়৷ ”

ঈশ্বৰ তাত বাস কৰে

এই অংশটোৱে ঈশ্বৰক কোনো এটা নিৰ্দষ্ট অংশত আৱদ্ধ হোৱা কথাটো বুজাব পাৰে, সেয়েহে তলত আৰু দুটি অনুবাদ উল্লেখ কৰা হলঃ “ঈশ্বৰ তাত আছিল” বা “ঈশ্বৰে মানুহক তাত দেখা দিছিল৷”

অনুবাদৰ শব্দ সমূহ