as_obs-tn/content/13/06.md

968 B

ঈশ্বৰে অবিৰতভাবে মোচিক কথা কৈলে

ব্যভিচাৰ নকৰিবা

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “নিজৰ ভাৰ্যাৰ বাদে কাৰো সৈতে যৌন সম্পৰ্ক নকৰিবা” বা “নিজ ভাৰ্যাৰ বা স্বামীৰ সলনি আন কাৰো সৈতে অবৈধ সম্পৰ্ক নকৰিবা৷” আপুনি অনুবাদ কৰোতে চাব যাতে ইয়ে কাকো আঘাত বা লাজত নেপেলাব৷ যেনে “আনৰ লগত শয়ন নকৰিব৷”

মিছা কথা নকবা

ইয়াৰ অৰ্থ “আন লোকক মিছা কথা নকবা”

অনুবাদৰ শব্দ সমূহ