as_obs-tn/content/13/04.md

2.3 KiB

তাৰ পাছত ঈশ্বৰে তেওঁলোকক সেই নিয়ম দি কলে

ইয়াৰ পিছত ঈশ্বৰে যি কৈছে সেয়া হৈছে বিধনত লিখা বিষয় বস্তু, আৰু সেয়া হৈছে মানুহে কৰিব লগীয়া কাৰ্যৱলী৷ ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “ইয়াৰ পিছত ঈশ্বৰে তেওঁৰ নিয়ম তেওঁলোকক জনালে৷ তেওঁ কলে, ” বা “ইয়াৰ পিছত ঈশ্বৰে তেওঁলোকৰ সৈতে নিয়ম স্থাপন কৰিলে৷”

যিহোৱা তোমালোকৰ ঈশ্বৰ

কিছুমান ভাষাত ইয়াক এনে দৰে কলে শুনিবলৈ ভাল লাগিব পাৰে, “তোমালোকৰ ঈশ্বৰ যিহোৱা হয়৷” মন কৰিব যাতে ইস্ৰায়লী সকলৰ যেন এজনতকৈ অধিক ঈশ্বৰ আছে এনে ভাৱ ইয়াত ফুটি নুঠে৷ যিহোৱাই যে একমাত্ৰ ঈশ্বৰ হয় সেই ভাৱ যেন ইয়াত ফুটি উঠে৷ আন এক ধৰণে ইয়াক অনুবাদ কৰিব পাৰি, “যিহোৱা যি তোমালোকৰ ঈশ্বৰ হয়” বা “তোমালোকৰ ঈশ্বৰ, যাৰ নাম যিহোৱা হয়৷”

যি জনে তোমালোকক দাসত্বৰ পৰা মুক্ত কৰিলে৷

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “মই তোমালোকক দাসত্বৰ পৰা মুক্ত কৰিলো৷”

অনুবাদৰ শব্দ সমূহ