as_obs-tn/content/13/01.md

1.6 KiB

জলন্ত জোপোহা

মোচি মিচৰলৈ উলটি অহাৰ আগতে, ঈশ্বৰে জোপোহাত লগা জুইৰ মাজৰ পৰা তেওঁক কথা কলে, কিন্তু সেই জুয়ে সেই জোপোহা পুৰি নেপেলালে৷ চাওঁক 09:12.

তেওঁলোকৰ তম্বু সমূহ তৰিলে

ইস্ৰায়েলী সকল সেই প্ৰতিজ্ঞাৰ ঠাই পাবৰ বাবে বহুদূৰ বাট যাব লগা হৈছিল৷ সেয়েহে তেওঁলোকে নিজৰ লগত তম্বু লৈছিল যাতে ঠায়ে ঠায়ে জিৰণি লবৰ বাবে সুবিধা কৰি লব পাৰে৷ কোনো কোনো ভাষাত ইয়াক “তেওঁলোকৰ তম্বু তৰিলে” দৰে অনুবাদ কৰিছে।

পৰ্ব্বতৰ তলত

ইয়াত এনে দৰেও অনুবাদ কৰিব পাৰি, “পৰ্বতৰ তল ভাগত৷” ইয়াৰ দ্বাৰাই বুজাব বিচৰা হৈছে যে এই ঠাই খিনি পৰ্বতৰ ওপৰলৈ বুলি উঠি যোৱাৰ আগতে পোৱা ঠাই খিনি৷

অনুবাদৰ শব্দ সমূহ