as_obs-tn/content/12/14.md

2.0 KiB

নিস্তাৰ

ইয়াক এনেকৈও অনুবাদ কৰিব পাৰি, “নিস্তাৰ পৰ্বৰ কাৰ্যাৱলী” বা “নিস্তাৰ উৎসৱ” বা “নিস্তাৰৰ ভোজ৷”

ঈশ্বৰে তেওঁলোকক কেনেকৈ জয়যুক্ত কৰিলে তাক সোঁৱৰণ কৰা

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “ঈশ্বৰে কেনে দৰে পৰাস্ত কৰিলে তাক সকলো সময়তে সোঁৱৰণ কৰা৷ “সোৱৰণ কৰা” ইয়াৰ অৰ্থ হৈছে পাহৰি নাযাব, লগতে সেই কথা খিনি কোনো বিশেষ কাৰ্যৰ দ্বাৰাই সোঁৱৰণ কৰা বুজায়৷

নিখূত মেৰ

“নিখূত” মেৰৰ দ্বাৰাই তাত কোনো ধৰণৰ বেমাৰ বা আহোঁৱাস নথকা কথা কৈছে৷ ইয়াক আৰু এক ধৰণে কব পাৰি, “এটি সুস্থ আৰু নুদোকা মেৰ৷”

খমিৰ নিদিয়া পিঠা

ইয়াক এনে দৰেও কব পাৰি, “খমিৰ নোহোৱা পিঠা৷” 11:03. কেনে দৰে অনুবাদ কৰিছে তাক চাওঁক৷

বাইবেলৰ এই কাহিনীটো লোৱা হৈছে

এই প্ৰসংগটো কিছুমান বাইবেল অনুবাদ অলপ বেলেগ হব পাৰে৷

অনুবাদৰ শব্দ সমূহ