as_obs-tn/content/12/13.md

1.6 KiB

অধিক উল্লাসেৰে আনন্দ কৰিল

ইয়াক এনে দৰে অনুবাদ কৰিব পাৰি, “তেওঁলোক অতিশয় সুখি হৈছিল আৰু ইয়াক প্ৰকাশ কৰিবলা উল্লাস কৰিছিল” বা “সম্পূৰ্ণ হৃদয়েৰে তাক প্ৰকাশ কৰিলে” বা “সমস্ত শক্তিৰে তাক প্ৰকাশ কৰিলে৷”

মৃত্যু আৰু দাসত্বৰ পৰা

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “মিচৰত মৃত্যুৰ বা দাসত্বৰ পৰা৷”

সেৱা কৰিবৰ বাবে মুকলি

ঈশ্বৰে ইস্ৰায়েলীসকলক দাসত্বৰ পৰা মুক্ত কৰিলে যাতে তেওঁলোকে তেওঁৰ সেৱা কৰিব পাৰে৷

ঈশ্বৰৰ প্ৰশংসা

কোনো কোনো অনুবাদত এনে দৰে কোৱা হৈছে, “ঈশ্বৰৰ নাম ওপৰ কৰিলে” বা “ঈশ্বৰ যে মহান তাক কলে৷”

অনুবাদৰ শব্দ সমূহ