as_obs-tn/content/12/11.md

1.8 KiB

সুৰক্ষিত ভাৱে সিটো পাৰলৈ গল

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “সুৰক্ষিত ভাৱে খোজ কাঢি সিটো পাৰলৈ গল” বা “সুৰক্ষিত ভাৱে আনটো পাৰ পায়গৈ” বা “‘সিটোপাৰ পায় আৰু মিচৰীয়া সকলৰ হাতৰ পৰা ৰক্ষা পৰিল৷”

তেওঁ নিজ হাত পুনৰায় মেলিলে

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “সাগৰৰ ওপৰলৈ পুনৰবাৰ হাত মেলিলে” বা প্ৰত্যক্ষ আজ্ঞা দিয়াৰ দৰে, “ঈশ্বৰে মোচিক কলে, ‘তোমাৰ হাত পুনৰায় মেলা৷’”

ই পুনৰায় আগৰ অৱস্থালৈ উলটি আহে

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “সেই ৰাস্তা হোৱা অংশ খিনি পুনৰায় পানীৰে পুৰ হল,” বা “গোটেই সাগৰ পুনৰায় এক হল” বা “ঈশ্বৰে পৃথক কৰাৰ সাগৰৰ পানী আগৰ অৱস্থাৰ দৰে হৈ পৰে৷”

গোটেই মিচৰীয় সৈন্য

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “মিচৰৰ প্ৰতিজন সৈনিক৷”

অনুবাদৰ শব্দ সমূহ