as_obs-tn/content/12/10.md

771 B

সাগৰৰ মাজেদি ৰাস্তা

এইয়া হৈছে সাগৰৰ তলত থকা শুকান মাটি অংশ, আৰু পানী সমূহ দুয়ো কাষে বেৰৰ দৰে থিয় হৈ থাকিল৷

ত্ৰাসিত হবলৈ

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “ভয়ভিত আৰু চিন্তাত পৰা৷”

লাগি ধৰিলে

ৰথ সমূহ লৰচৰ হব নোৱাৰিলে

অনুবাদৰ শব্দ সমূহ