as_obs-tn/content/12/05.md

884 B

আজি ঈশ্বৰে আপোনালোকৰ হৈ যুদ্ধ কৰিব আৰু আপোনালোকক ৰক্ষা কৰিব

ইয়াক এই দৰেও কব পাৰি, “আজি ঈশ্বৰে আপোনালোকৰ হৈ মিচৰীয়া সকলক পৰাস্ত কৰিব আৰু আপোনালোকক তেওঁলোকৰ পৰা সুৰক্ষা প্ৰদান কৰিব৷”

যোৱা

কোনো কোনো ভাষাত ইয়াক “খোজ কঢ়া” বুলিও উল্লেখ কৰিব পাৰে

অনুবাদৰ শব্দ সমূহ