as_obs-tn/content/12/04.md

1.3 KiB

তেওঁলোকে চূপ সাগৰ..........মাজত ফঁচি যায়

ইয়াক এনে দৰেও কব পাৰি, “তেওঁলোকৰ পলাবৰ কোনো উপায় নোহোৱা হয়, কিয়নো তেওঁলোক আগফালে সাগৰ আৰু পিছ ফালে মিচৰীয় সৈন্য সকলৰ মাজত আছিল৷”

আমি মিচৰ কিয় ত্যাগ কৰিলো?

ইয়াৰ অৰ্থ, “আমি মিচৰ ত্যাগ কৰিব নালাগিছিল!” প্ৰকৃততে তেওঁলোকে কোনো প্ৰশ্ন সোধা নাছিল, তেওঁলোকে ভয় কৰাৰ কাৰণে সেই সময়ত তেওঁলোকৰ মনলৈ এই ভাব হৈছিল যে মিচৰ ত্যাগ নকৰা হলেই ভাল আছিল (যদিও তেওঁলোকে তাত অধিক কষ্ট পাইছিল)৷

অনুবাদৰ শব্দ