as_obs-tn/content/11/08.md

1.1 KiB

মাতিলে

ইয়াৰ অৰ্থ ফৌৰণে তেওঁৰ দাস সকলক মোচি আৰু হাৰোণক তেওঁৰ ওচৰলৈ আহিবৰ বাবে কবলৈ কলে৷

আৰু কলে

মোচি আৰু হাৰোন ফৌৰণৰ ওচৰলৈ অহাৰ পিছত তেওঁ তেওঁলোকক এই কথা কলে, কিছুমান ভাষাত এনে দৰে অনুবাদ কৰা হৈছে, “আৰু তেওঁলোকক কলে,” বা “তেওঁলোক অহাৰ পিছত, ফৌৰণে তেওঁলোকক কলে৷”

বাইবেলৰ এই কাহিনীটো

এই প্ৰসংগটো কিছুমান বাইবেল অনুবাদত অলপ বেলেগ হব পাৰে৷

অনুবাদৰ শব্দ সমূহ