as_obs-tn/content/11/06.md

905 B

ঈশ্বৰক বিশ্বাস নকৰিলে বা তেওঁৰ আজ্ঞাৰ পালন নকৰিলে।

কোনো কোনো ভাষাত এনে দৰে কলে অধিক স্পষ্ট হব, “তেওঁলোকে ঈশ্বৰক বিশ্বাস নকৰাৰ কাৰণে তেওঁলোকে তেওঁৰ আজ্ঞাবোৰ পালন নকৰিলে৷”

নিস্তাৰ নাপালে

তেওঁলোকৰ ঘৰৰ ওচৰেদি নগল বৰঞ্চ তেওঁ প্ৰতিটো ঘৰত ওচৰত থিয় হল আৰু প্ৰথমে জন্মা লৰাক বধ কৰিলে৷

অনুবাদৰ শব্দ সমূহ