as_obs-tn/content/11/05.md

1.3 KiB

নিস্তাৰ পৰ্ব

ইয়াৰ অৰ্থ ঈশ্বৰে সেই ঘৰ সমূহ নিস্তাৰ কৰিলে তেওঁলোকৰ কোনো এজনক আঘাত নকৰিলে৷ ইয়ে যিহূদী সকলৰ পৰ্বলৈ ৰূপান্তিৰত হল যাক “নিস্তাৰ পৰ্ব” বুলি কোৱা হয়৷

তেওঁলোক ৰক্ষা পৰিল

ঈশ্বৰে তেওঁলোকৰ প্ৰথমে জন্মা লৰা সন্তান বধ নকৰিলে৷

মেৰৰ তেজৰ কাৰণে

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “কিয়নো মেৰৰ তেজ তেওঁলোকৰ দুৱাৰত আছিল৷” ঈশ্বৰে তেওঁলোকৰ মেৰ সমূহ বলি দিয়া দেখিলে, গতিকে তেওঁ তেওঁলোকৰ লৰা সন্তান সকলক বধ নকৰিলে৷

অনুবাদৰ শব্দ সমূহ