as_obs-tn/content/11/01.md

680 B

মানুহৰ প্ৰথমে জন্মা পুত্ৰ আৰু জন্তুৰ প্ৰথমে জন্মা মতা জন্তু।

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “প্ৰতিটো পৰিয়ালৰ ডাঙৰ পুত্ৰ আৰু প্ৰতিটো জন্তুৰ প্ৰথমে জগা মতা প্ৰাণী৷”

অনুবাদৰ শব্দ সমূহ