as_obs-tn/content/10/11.md

752 B

ঈশ্বৰ ঘোৰ অন্ধকাৰ পঠিয়ালে

ঈশ্বৰে গোটেই মিচৰক আন্ধাৰময় কৰিলে৷ আন ভাষাত, ঈশ্বৰে মিচৰৰ পৰা পোহৰ নাইকীয়া কৰিলে৷

সেই অন্ধকাৰ তিনি দিনলৈ থাকিল

এই অন্ধকাৰ সচৰাচৰ ৰাতিৰ আন্ধাৰতকৈ অধিক ঘন আছিল, আৰু তিনি দিন ধৰি এই অন্ধকাৰ থাকিল৷

অনুবাদৰ শব্দ সমূহ