as_obs-tn/content/10/05.md

1.3 KiB

ঈশ্বৰে এক উৎপাত পঠিয়ালে

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “ঈশ্বৰে তাত এটা প্লেগ সৃষ্টি কৰিলে” বা “ঈশ্বৰে মিচৰ ভূমিলৈ এক উৎপাত আনিলে৷”

পোক

এই সমূহ সৰু উৰি ফুৰা পোক হয় যিয়ে সেই ভূমিৰ মানুহ আৰু জীৱ-জন্তুক আমনি কৰিছিল৷

মাখি

এই সমূহ আকাৰত অলপ ডাঙৰ উৰি ফুৰা পোক হয় যিয়ে আমনি আৰু সংশাৰ আনিছিল৷ ইয়াৰ সংখ্যা ইমানে আছিল যে ই সকলো স্থানতে উৰি ফুৰিছিল আৰু আনকি মিচৰৰ ঘৰ সমূহ ঢাকি পেলাইছিল৷

তেওঁৰ হৃদয় কঠিন কৰিলে

10:04. ত চাওঁক

অনুবাদৰ শব্দ সমূহ