as_obs-tn/content/10/03.md

752 B

নীল নদীৰ পানীক তেজ কৰা

কিছুমান ভাষাত এনে দৰে কোৱাৰ প্ৰয়োজন হব পাৰে, “নীল নদীৰ পানীক তেজলৈ ৰূপান্তৰ কৰিলে৷” তাত পানীৰ সলনি তেজ আছিল, যাৰ বাবে তাৰ মাছবোৰ মৰিছিল আৰু লোক সমূহৰ পান কৰিবৰ বাবে পানী নোহোৱা হৈছিল৷

অনুবাদৰ শব্দ সমূহ