as_obs-tn/content/10/01.md

1.5 KiB

ফৌৰণ

এনেদৰে কলে স্পষ্ট হব যে, “ফৌৰণৰ ৰাজপ্ৰসাদত তেওঁৰ সৈতে কথা হবলৈ৷”

ইস্ৰায়েলৰ ঈশ্বৰ

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “ঈশ্বৰ ইস্ৰায়েলী সকলক নিজৰ লোক কৰিবলৈ মনোনীত কৰিছিল” বা “যি জন ঈশ্বৰে ইস্ৰায়েলক শাসন কৰে” বা “যি জন ঈশ্বৰক ইস্ৰায়েলী লোক সকলে আৰাধনা কৰে৷”

মোৰ লোকসকলক যাবলৈ দিয়ক

ইয়াক আন এক প্ৰকাৰে কব পাৰি, “মোৰ লোক সকলক যাবৰ বাবে মুকলি কৰি দিয়ক” বা “মিচৰ এৰি যাবলৈ মোৰ লোকসকলক মুকলি কৰি দিয়ক৷”

মোৰ লোক

“মোৰ লোক” চাওঁক in 09:13.

শুনা

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি “কাণ পাতা” বা “পালন কৰা”

অনুবাদৰ শব্দ সমূহ