as_obs-tn/content/09/13.md

2.1 KiB

মোৰ লোকৰ দূখ-দূৰ্গতি সমূহ

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “মোৰ লোক সকলে অতি কঠোৰ পৰিস্থিতিত থকাৰ অভিজ্ঞতা লাভ কৰিছে৷ কিছুমান ভাষাত ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰে, “মিচৰীয়া সকলে মোৰ লোক সকলক কেনে নিৰ্দয় ভাৱে শাস্তি দিছে৷”

মোৰ লোক

ইয়াৰ দ্বাৰাই ইস্ৰায়েলী সকলক বুজোৱা হৈছে৷ ঈশ্বৰে অব্ৰাহম আৰু তেওঁৰ বংশৰ লোক সকলৰ সৈতে এটি নিয়ম স্থাপন কৰিছিল যে, ঈশ্বৰে তেওঁলোকক আশীৰ্বাদ কৰিব আৰু এটি মহান জাতি হিচাপে পৰিগণিত কৰাব৷ এই নিয়মৰ যোগেদি, ইস্ৰায়েলী সকল ঈশ্বৰৰ লোক হিচাপে পৰিগণিত হয়৷

উলিয়াই আনা.... মিচৰৰ বন্দীত্বৰ পৰা

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “মিচৰৰ বন্দীত্বৰ পৰা তেওঁলোকক মুকলি কৰি অনা” বা “বন্দী হৈ থকা মিচৰৰ পৰা তেওঁলোকক মুকলি কৰি অনা৷”

অনুবাদৰ শব্দ সমূহ