as_obs-tn/content/09/10.md

602 B

অৰণ্য

সেই অৰণ্য এনে এডুখৰি স্থান য’ত প্ৰকাণ্ড শিল আৰু মৰুভূমিৰে আৱৰা৷ সেই স্থানত আহাৰ উৎপন্ন কৰিব পৰা কোনো ভাল গছ গজিব নোৱাৰে আৰু অতি কম সংখ্যক লোকহে তাত বাস কৰে৷

অনুবাদৰ শব্দ সমূহ