as_obs-tn/content/09/07.md

737 B

নিজৰ সন্তানৰ দৰে তেওঁক তুলি ললে

তেওঁ ৰাজকুমাৰী আছিলে৷ তেওঁ নিজৰ সন্তান হিচাপে তুলি লোৱাৰ বাবে তেওঁ মিচৰৰ ৰাজকুমাৰ হল৷

তেওঁৰ প্ৰতিপালন কৰিবলৈ

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “দুগ্ধ পান কৰিবৰ অৰ্থে৷”

অনুবাদৰ শব্দ সমূহ