as_obs-tn/content/09/03.md

922 B

দূৰ্দশা

ইয়াৰ অৰ্থ হৈছে কঠিন জীৱনৰ বাবে তেওঁলোকৰ অৱস্থা অতিশয় দূখ লগা হৈছিল আৰু তেওঁলোক অতিশয় অসহায় অনুভৱ কৰিছিল৷

ঈশ্বৰে তেওঁলোকলৈ আশীৰ্বাদ কৰিলে

ঈশ্বৰে তেওঁলোকক সহায়ৰ হাত আগবঢ়ালে আৰু সেই কষ্ট সহ্য কৰিব পৰা বল তেওঁলোকক দিলে আৰু তেওঁলোক সংখ্যাত বৃদ্ধি পাই যাবলৈ ধৰিলে৷

অনুবাদৰ শব্দ সমূহ