as_obs-tn/content/08/15.md

2.5 KiB

নিয়মৰ প্ৰতিজ্ঞা

বহু আগেয়ে ঈশ্বৰে অব্ৰাহমক বহু বংশ কৰিম বুলি এটা নিয়ম স্থাপন কৰিছিল আৰু তেওঁলোকে কনান দেশ অধিকাৰ কৰিব আৰু এক মহান জাতি হিচাপে পৰিগণিত হব৷ লগতে ঈশ্বৰে এই বুলিও প্ৰতিজ্ঞা কৰিছিল যে আটাই লোক অব্ৰাহমৰ দ্বাৰা আশীৰ্বাদ পাব৷ লগতে চাওঁক 07:10.

পাৰ কৰা

ইয়াক আৰু এক ধৰণে কব পাৰি যে, “দিয়া হব” বা “ব্যৱহাৰ কৰিবলৈ” ঈশ্বৰে অব্ৰাহমৰ বাবে যি প্ৰতিজ্ঞা কৰিছিল সেয়া অব্ৰাহমৰ সন্তান, নাতি-নাতিনী আৰু তেওঁৰ পিছত আহিব লগা সেই সকলো লোকৰ বাবে আছিল৷

ইস্ৰায়েলৰ বাৰ গোষ্ঠি

ঈশ্বৰে অব্ৰাহমক প্ৰতিজ্ঞা কৰিছিল, ইচাহাক আৰু যাকোবৰ সন্তান সকলৰ পৰা এটা মহান জাতি উৎপন্ন হব৷ পিছলৈ ঈশ্বৰে যাকোবৰ নাম সলনি কৰি ইস্ৰায়েল ৰাখিলে৷ যাকোবৰ পৰা জন্মা বাৰ জন সন্তানৰ পৰা ১২টা মহান জাতি উৎপন্ন হয়৷ এই ১২ টা গোষ্ঠিকে পুৰণি ইস্ৰায়েল বুলি কোৱা হয়, যাক যাকোবৰ নতুন নামৰ পৰা লোৱা হৈছিল৷

বাইবেলৰ এই কাহিনীটো লোৱা হৈছে

এই প্ৰসংগটো কিছুমান বাইবেল অনুবাদ অলপ বেলেগ হব পাৰে৷

অনুবাদৰ শব্দ সমূহ