as_obs-tn/content/08/11.md

900 B

তেওঁৰ ডাঙৰ ককায়েক

সেই সকল যোচেফৰ ডাঙৰ ককায়েক আছিল যি সকলে তেওঁক দাস হবলৈ বিক্ৰী কৰি দিছিল৷

যোচেফক চিনি নাপালে৷

তেওঁলোকে সেই মানুহ জন যোচেফ হয় বুলি নাজানিলে, কিয়নো যোচেফক তেওঁলোকে দেখাৰ পৰা এতিয়া বয়সত যথেষ্ট বৃদ্ধি পাইছে, আৰু তেওঁ মিচৰীয়া শাসনকৰ্তাৰ পোচাক পৰিধান কৰি আছিল৷

অনুবাদৰ শব্দ সমূহ