as_obs-tn/content/08/08.md

1.3 KiB

প্ৰভাৱিত কৰা

যোচেফৰ প্ৰজ্ঞা দেখি ফৌৰণ ৰজা অতিশয় আচৰিত হয় আৰু তেওঁলৈ সন্মান আগবঢায়, তেওঁ যোচেফক এই সমগ্ৰ বিষয়টি কেনে দৰে মোকাবিলা কৰিব পাৰি তাৰ সিদ্ধান্ত লবৰ বাবে দায়িত্ব দিয়ে৷ ইয়াক এনে দৰে স্পষ্ট কৈ কব পাৰি ,“যোচফৰ জ্ঞান দেখা পায় সন্তোষ্ট হয়৷”

দ্বিতীয় আটাইতকৈ শক্তিশালী ব্যক্তি

ফৌৰণে যোচেফক মিচৰৰ ভিতৰতে আটাইতকৈ শক্তিশালী আৰু গুৰুত্বপূৰ্ণ ব্যক্তি সজালে৷ কেৱল ফৌৰণহে যোচেফতকৈ আধিক শক্তিশালী আৰু গুৰুত্বপূৰ্ণ আছিল৷

অনুবাদৰ শব্দ সমূহ