as_obs-tn/content/08/07.md

1.4 KiB

সপোনৰ ভাঙনি

“ভাঙনি” কৰা মানে হৈছে ইয়াৰ অৰ্থ বুজাই দিয়া৷ যোচেফে লোকসকলৰ সপোনৰ অৰ্থ ভাঙনি কৰি তেওঁলোকক বুজাই দিব পাৰিছিল৷

যোচেফক তেওঁৰ কাষলৈ অনা হৈছিল

এনে দৰে অনুবাদ কৰিব পাৰি, “যোচেফক তেওঁৰ কাষলৈ আনিবৰ বাবে তেওঁৰ দাস সকলক আদেশ দিলে৷”

ঈশ্বৰে পঠিয়াব

ঈশ্বৰে অহা সাত বছৰলৈ ভাল শষ্য উৎপন্ন কৰিব, কিন্তু ইয়াৰ পিছত শষ্য উৎপান কমি আহিব আৰু যাৰ ফলত মানুহ আৰু জীৱ-জন্তু বিলাকৰ আহাৰৰ অভাৱ ঘটিব৷

আকাল

পথাৰ সমূহত এনে কম পৰিমান শষ্য উৎপন্ন হব যে সেয়া মানুহ আৰু জীৱ-জন্তুৰ বাবে যথেষ্ট নহব৷

অনুবাদৰ শব্দ