as_obs-tn/content/08/06.md

1.4 KiB

অতিকৈ চিন্তাত পেলাই

ইয়াৰ অৰ্থ ৰজাই অতিশয় ভয় খালে আৰু বিমূৰত পৰিল (তেওঁ দেখা সপোনৰ বাবে)

তেওঁৰ পৰামৰ্শদাতা

এই সকল এনে লোক হয় যাৰ বিশেষ শক্তি আৰু জ্ঞান থাকে আৰু তেওঁলোকে সপোনৰ অৰ্থ ভাঙনি কৰিব পাৰে৷ কোনো কোনো অনুবাদত তেওঁলোকক “জ্ঞানী লোক” বুলি সম্বোধন কৰা হৈছে৷

সপোনৰ অৰ্থ

মিচৰীয়া সকলে বিশ্বাস কৰে যে ভবিষ্যতে ঘটিব লগীয়া ঘটনা সমূহৰ বাৰ্তা দেৱতাবোৰে সপোনৰ দ্বাৰাই তেওঁলোকলৈ পঠিয়াই৷ ঈশ্বৰে ফৌৰণক সপোন দেখুৱাই তেওঁৰ কি হব তাক কৈছিল৷

অনুবাদৰ শব্দ সমূহ