as_obs-tn/content/08/05.md

1.4 KiB

যোচেফৰ সৈত শয়ন কৰিব বিচাৰিছিল

আন এক প্ৰকাৰে ইয়াক কব পাৰি যে, “যোচেফক তাইৰ সৌন্দৰ্য্যৰ দ্বাৰাই আকৰ্ষিত কৰিব বিচাৰিছিল৷” “সাতে শয়ন” ইয়াক এনে দৰে প্ৰকাশ কৰক যাতে ই দেখাত অভদ্ৰ বা অপমানসূচক নহয়৷

ঈশ্বৰৰ বিৰুদ্ধে পাপ

বিবাহিত নোহোৱা লোকৰ মাজত যৌন সম্পৰ্ক হোৱাতো ঈশ্বৰৰ দৃষ্টিত পাপ বুলি গণ্য কৰা হয়৷ যোচেফে ঈশ্বৰৰ এই বিধান অমান্য কৰিবলৈ ইচ্ছা কৰা নাছিল৷

ঈশ্বৰৰ বিশ্বাসযোগ্য হৈ থাকিল

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “ঈশ্বৰৰ বাধ্য হৈ থাকিল৷”

অনুবাদৰ শব্দ সমূহ