as_obs-tn/content/08/02.md

834 B

ককায়েকসকলৰ কাষলৈ অহা

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “তেওঁৰ ককায়েকসকল থকা ঠাইত পালেগৈ৷”

অপহৰণ

তেওঁলোকে তেওঁৰ ইচ্ছাৰ বিপৰীতে গ’ল৷ এনে কৰাটো তেওঁলোকৰ উচিত নাছিল৷

দাস ব্যৱসায়ী

এইয়া এনে ব্যৱসায়ী যিয়ে মানুহ কিনে আৰু আন লোক সকলৰ দাস কৰিব বাবে বিক্ৰী কৰে৷

অনুবাদৰ শব্দ