as_obs-tn/content/08/01.md

1.4 KiB

পঠোৱা

ইয়াৰ অৰ্থ হৈছে যাকোবে যোচেফক যাবলৈ কৈছিল আৰু যোচেফ গল৷

প্ৰিয় পুত্ৰ

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “তেওঁৰ আটাই কেইজন সন্তানৰ মাজত যাক বেছিকৈ প্ৰেম কৰিছিল৷”

বুজ লোৱা

ইয়াৰ অৰ্থ হৈছে যোচেফে গৈ তেওঁৰ কাকায়েকসকল ভালে আছে নে নাই তাক চোৱা৷ কোনো কোনো ভাষাত ইয়াক এই দৰেও অনুবাদ কৰিব পাৰে, “তেওঁৰ ককায়েকসকল ভালে আছে নে নাই তাক চাবলৈ যায়৷”

ককায়েকসকল

এই সকল যোচেফৰ ডাঙৰ ককায়েক

পশুবোৰ চোৱা-চিতা কৰা

যিহেতু এইয়া বহু দিনৰ যাত্ৰা আছিল, এইটো কবলৈ প্ৰয়োজন হব যে, “দূৰত থকা সকলৰ চোৱা-চিতা কৰা৷”

অনুবাদৰ শব্দ সমূহ