as_obs-tn/content/07/10.md

2.2 KiB

শান্তিৰে বাস কৰিলে

ইয়াৰ দ্বাৰাই বুজাব বিচৰা হৈছে যে এচৌ আৰু যাকোবৰ মাজত কোনো ধৰণৰ শত্ৰুতা নাই আৰু তেওঁলোকৰ মাজত কোনো সংঘৰ্ষও নাথাকিল৷

কবৰ দিয়ে

ইয়াৰ অৰ্থ হৈছে তেওঁলোকে মাটিত এটা গাঁত খান্দিলে, তাত ইচাহাকৰ দেহটো ৰাখিলে, আৰু পুনৰ মাটি শিলেৰে সেই গাঁত পূৰ কৰিলে৷ ইয়াৰ অৰ্থ এয়ে হব পাৰে যে, তেওঁলোকে ইচাহাকৰ দেহটো গুহাত ৰাখিলে আৰু গুহাৰ মূখখন বন্ধ কৰি দিলে৷

নিয়মৰ প্ৰতিজ্ঞা

এই প্ৰতিজ্ঞা সমূহ ঈশ্বৰে অব্ৰাহমৰ লগত নিময় কৰিছিল৷

ইচাহাকৰ পৰা যাকোবলৈ আগবঢায় দিয়া হয়

সেই প্ৰতিজ্ঞা সমূহ অব্ৰাহমৰ পৰা বাগৰি তেওঁৰ পুত্ৰ ইচাহাকলৈ যায়, আৰু ইচাহাকৰ পৰা তেওঁৰ পুত্ৰ যাকোবলৈ৷ এচৌৱে সেই প্ৰতিজ্ঞাৰ সমূহ ভাগ নাপালে৷ লগতে চাওঁক 06:04.

বাইবেলৰ এই কাহিনীটো

এই প্ৰসংগটো কিছুমান বাইবেল অনুবাদত অনুসৰি পাৰ্থক্য থাকিব পাৰে৷

অনুবাদৰ শব্দ সমূহ