as_obs-tn/content/07/09.md

645 B

তোমাৰ দাস, যাকোব

যাকোব প্ৰকৃততে এচৌৰ দাস নাছিল৷ পাছে যাকোবে তাৰ দাসক এই দৰে কবৰ বাবে কৈছিল যাতে এচৌৰ আগত তেওঁ নিজকে নম্ৰ আৰু সন্মান দেখুওৱাব পাৰে, আৰু যাৰ দ্বাৰাই এচৌৰ ক্ৰোধ কম হব৷

অনুবাদৰ শব্দ সমূহ