as_obs-tn/content/07/08.md

604 B

বিশ বছৰৰ পাছত

যাকোবে তেওঁৰ মাকৰ জন্ম স্থানত বিশ বছৰ বাস কৰিলে৷ এই কথাটো যদি স্পষ্ট নহয় তেনে হলে আপুনি কব পাৰে, “তেওঁ তেওঁৰ সম্পৰ্কিয়লোক সকলৰ তাত বিশ বছৰ থকাৰ পিছত”

অনুবাদৰ শব্দ সমূহ