as_obs-tn/content/07/06.md

2.0 KiB

এচৌৱৰ পৰিকল্পনা

এচৌৱে তেওঁৰ পিতৃৰ মৃত্যুৰ পিছত যাকোবক বধ কৰিবৰ বাবে পৰিকল্পনা কৰিলে৷

তেওঁ আৰু ইচাহাকে যাকোবক পঠিয়ালে

ৰিবেকাই যাকোবক এচৌৰ পৰা ৰক্ষা কৰিব বিচাৰিছিল গতিকে তেওঁ যাকোবক পঠিয়াবৰ বাবে ইচাহাকৰ লগত কথা পাতিলে৷

তেওঁৰ সম্পৰ্কিয় পৰিয়ালৰ সৈতে থাকিবলৈ বহু দূৰলৈ পঠিয়াই দিয়ে

এইয়া সেই একেই ঠাই হয় য’ত ৰিবেকা বাস কৰিছিল আৰু অব্ৰাহমৰ দাসে আহি ইচাহাকৰ ভাৰ্যা হবৰ বাবে লগত লৈ গৈছিল৷ এই কথাটো স্পষ্টকৈ ফুটাই তুলিবৰ বাবে আপুনি যোগ কৰিব পাৰে, “সেই একে সম্পৰ্কিয় পৰিয়াল য’ত তাই থাকিছিল” সেই ঠাই পূব ফালে বহু শ মাইল দূৰত অৱস্থিত আছিল৷

তেওঁৰ সম্পৰ্কিয়সকল

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “তেওঁলোকৰ পৰিয়াল সমূহ” যিহেতু অব্ৰাহমৰ ককায়েক ৰিবেকাৰ ককাদেউতা আছিল, সেই বাবে তাইৰ সম্পৰ্কিয়লোকসকল ইচাহাকৰো সম্পৰ্কিয়লোক হয়৷

অনুবাদৰ শব্দ সমূহ