as_obs-tn/content/07/04.md

718 B

যাকোব ইচাহাকৰ কাষত অহিল

কিছুমান ভাষাত ইয়াক আৰু সহজভাবে কব পাৰি, “যাকোব ইচাহাকৰ ওচৰলৈ গল”

তেওঁ ভাবিছিল সেইজন এচৌ আছিল

তেওঁ যি জন লোকক স্পৰ্শ কৰিছিল আৰু গোন্ধ লৈছিল তেওঁ সেইজন এচৌ বুলি ভাবিছিল৷

অনুবাদৰ শব্দ সমূহ