as_obs-tn/content/07/02.md

1.1 KiB

মোক অলপ আহাৰ দিয়া ... মোক তোমাৰ অধিকাৰ দিয়া

“দিয়া” শব্দটোৰ ক্ষেত্ৰত কিছুমান অনুবাদত দুই ধৰণৰ শব্দ ব্যৱহাৰ কৰিব পাৰে৷ “এচৌৱে দিলে... যাকোবে দিলে” একেবাৰে শেষৰ দুটা বাক্য ব্যৱহাৰ হব পাৰে৷

ডাঙৰ পুত্ৰৰ অধিকাৰৰ দৰে

তেওঁলোকৰ প্ৰথা অনুসৰি, এচৌ যিহেতু ডাঙৰ পুত্ৰ সেয়ে তেওঁ পিতৃৰ মৃত্যুৰ পাছত তেওঁৰ সম্পত্তিৰ দুগুণ পাব লাগে। যাকোবে এচৌৰ পৰা সেই সকলো অধিকাৰ লৈ লোৱাৰ কথা ভাবিলে৷

অনুবাদৰ শব্দ সমূহ